চীনে আৱিষ্কাৰ কৰিলে ক’ৰনাৰ ভেকচিন

0
188

চীনে আৱিষ্কাৰ কৰিলে ক’ৰনাৰ ভেকচিন

ক’ৰনাৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা দেশ চীনে আৱিষ্কাৰ কৰিছে ক’ৰনাৰ ভেকচিন।
চীনে আৱিষ্কাৰ কৰিছে কোভিডৰ নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন শাৰীৰিক কষ্ট নোহোৱাকৈ ল’ব পৰা যাব ভেকচিনটো । এই ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে হংকং বিশ্ববিদ্যালয়ে ।নাকেৰে শুঙি ল’ব পৰা এই ভেকচিন বিধ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে চীন চৰকাৰে ।চীনৰ সংবাদপত্ৰ গ্ল’ৱেল টাইমছত প্ৰকাশিত বাতৰি মতে এই ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা।প্ৰথমে ১০০ গৰাকী দেহত এই ভেকচিন প্ৰয়োগ কৰি চোৱা হ’ব।
এই ভেকচিন বিধে ক’ৰনাৰ লগতে ইনফ্লুয়েঞ্জাও প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে।

News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here