বৃহস্পতি বাৰে ধেমাজি জিলাৰ চিলাপথাৰৰ লিকাবালি পথত মুকলি হল ইটালীকা টাইলছৰ মেচাৰ্ছ ভানু মাৰ্বল নামৰ show room টো। আজিৰে পৰা চিলাপথাৰৰ লিকাবালি পথৰ show room টোত উপলদ্ধ হব ইটালীকাৰ টাইলছ। cake কাটি বন্তি প্ৰজ্বলন কৰি শুভৰাম্ভ কৰে show room টো, মেচাৰ্ছ ভানু মাৰ্বল নামৰ show room টো মুকলি কৰে ইটালীকাৰ টাইলছ নিৰ্মাণ কাৰি সংস্থাৰ পৰিচালন সঞ্চালক মনিষ বাচৱানিযে । পৰিচালন সঞ্চালক মনিষ বাচৱানিযে কয় যে উত্তৰ-পূবত ইটালীকা টাইলছে আৰু অধিক show room মুকলি কৰিব। show room টো উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল ইটালীকা টাইলছৰ North East ৰ regional manager শান্তনু দেব
ইটালীকা টাইলছৰ show room ধেমাজি জিলাৰ স্থাপন হোৱাৰ পিছতে গ্ৰাহকৰ বহুদিনিয়া অভাৱ পুৰণ হব বুলি মন্তৱ্য কৰে show room টোৰ স্বত্বাধিকাৰ বিশ্বজিত শইকীয়াই
লখিন্দৰ সোণোৱাল ,চিলাপথাৰ,Ne india News