Sunday, March 19, 2023
HomeAssameseচিলাপথাৰত মুকলি হবলৈ আগবাঢ়িছে মেচাৰ্ছ ভানু মাৰ্বল নামৰ ইটালিকা ৰ ...

চিলাপথাৰত মুকলি হবলৈ আগবাঢ়িছে মেচাৰ্ছ ভানু মাৰ্বল নামৰ ইটালিকা ৰ show ৰুম

ধেমাজি জিলাৰ চিলাপথাৰ বাসীৰ বাবে সুখবৰ , চিলাপথাৰৰ লিকাবালি পথত মুকলি হবলৈ আগবাঢ়িছে প্ৰসিদ্ধ টাইলছ নিৰ্মান কাৰি সংস্থা ইটালিকাৰ এক শ্ব ৰুম, মেচাৰ্ছ ভানু মাৰ্বল নামৰ show ৰুমটোত এতিয়াৰে পৰা উপলব্ধ হব ইটালিকাৰ টাইলছ ।বৃহস্পতি বাৰে দিনৰ ১১ বজাত মেচাৰ্ছ ভানু মাৰ্বল নামৰ ইটালিকা টাইলছৰ show ৰুমটো শুভ উদ্বোধন কৰিব ইটালিকাৰ পৰিচালন সঞ্চালক মনিষ বাচৱানিয়ে । বৃহস্পতি বাৰে শুভ উদ্বোধনী হব লগা show ৰুমটোৰ প্ৰস্ততি ইতিমধ্যেই প্ৰায় সমাপ্ত হৈছে, সকলো দিশৰে পৰা জাকত জিলিকা কৰি তুলিবলৈ চেষ্টাৰ ক্ৰতি কৰা নাই স্বত্বাধিকাৰীয়ে । মেচাৰ্ছ ভানু মাৰ্বল নামৰ show ৰুমটোৰ শুভ উদ্বোধনী অনুস্থানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে স্বত্বাধিকাৰীৰ লগতে কৰ্ম কৰ্তাই।

News Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments