Thursday, May 25, 2023
HomeAssameseচিকিৎসালয়ত ভৰ্তি প্ৰবীণ অভিনেতা আমোল পালেকাৰ 

চিকিৎসালয়ত ভৰ্তি প্ৰবীণ অভিনেতা আমোল পালেকাৰ 

মাৰাঠী ছবি চান্তাৰে অভিনয় কেৰিয়াৰ আৰম্ভ কৰা প্ৰবীণ অভিনেতা আমোল পালেকাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক । গোলমাল , চিটচোৰ ,ছোটি চি বাত আদি জনপ্ৰিয় ছবিত অভিনয়ৰে দৰ্শকক সুকীয় স্বাদ দিবলৈ সক্ষম হোৱা ৭০ উৰ্দ্ধ অভিনেতা গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে পুণেস্থিত দীননাথ মংগেশকাৰ হস্পিটলত । অভিনেতা আমোল পালেকাৰৰ পত্নী সন্ধ্য গোখলেই প্ৰকাশ কৰা মতে , অভিনেতা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । কোনো চিন্তাৰ কাৰণ নাই বুলি প্ৰকাশ কৰিছে অভিনেতাগৰাকীৰ পত্নীয়ে । 

ReplyForward
admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments