Monday, May 22, 2023
HomeAssameseচামডাং চাহ বাগিছাত "জল জীৱন মিছন" আঁচনিৰ প্ৰকল্প উদ্ধোধন

চামডাং চাহ বাগিছাত “জল জীৱন মিছন” আঁচনিৰ প্ৰকল্প উদ্ধোধন

কেন্দ্ৰীয় চৰকাৰৰ “জল জীৱন মিছন” আঁচনিৰ অধিনত চামডাং চাহ বাগিছাৰ ২৪ নং লাইনত নিৰ্মীয়মান এটা পানী যোগান আঁচনিৰ প্ৰকল্পৰ শুভ উদ্ধোধন দেওবাৰে কৰা হয় । ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন উপস্থিত থাকি প্ৰকল্পটো ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে । জল জীৱন মিছনৰ এই প্ৰকল্পটোৰ পৰা চামডাং চাহ বাগিছাৰ ৰাইজসকল উপকৃত হব বুলি উল্লেখ কৰিছে । এই প্ৰল্পটো যুৱ ঠিকাদাৰ ৰাজীৱ গোহাইয়ে নিৰ্মাণ কৰি উলিইছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments