চামগুৰি আৰক্ষী জালত পাঁচ পাষণ্ড

0
1161

NE INDIA: চামগুৰি আৰক্ষীৰ  জালত  পৰিল নগাঁৱৰ আমনিত  সংঘটিত দলবদ্ধ ধৰ্ষণৰ কাণ্ডত জড়িত পাঁচজন পাষণ্ড। আমনি আৰু তেজপুৰত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে লোককেইজন। আটক কৰা লোক কেইজনৰ নাম হাবিজ ভূঞা,ৰকিবুল ইছলাম,ৰমজান আলী,ছফিকুল ইছলাম,মইনুল হুছেইন। আটক কৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মবাইল আৰু ধৰ্ষণকাৰীয়ে ব্যৱহাৰ কৰা এখন চুইফ্ট ডিজাইয়াৰ গাড়ী আৰু এজন ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

জিতুমনি শইকীয়া, চামগুৰি NE INDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here