চামগুৰিত আৰক্ষীৰ হাতত আটক কুখ্যাত তিৰ মাফিয়া

0
1104

NE INDIA: * চামগুৰিত আৰক্ষীৰ হাতত আটক কুখ্যাত তিৰ মাফিয়া।

* ধৃত বাবুল সেন আৰু তপন কটকী নামৰ দুই মাফিয়াই দীৰ্ঘ দিন ধৰি চলাই আহিছিল এই তিৰ আড্ডা।

* চামগুৰি আৰক্ষীয়ে দুই মাফিয়াৰ পৰা জব্দ কৰে ৫০০০টকা সহ বহু অপত্তিজনক নথি পত্ৰ।

https://youtu.be/aB-Re2wiZs4?t=4

জিতুমণি শইকীয়া, চামগুৰি  NE INDIAN NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here