Thursday, March 30, 2023
HomeAssameseচাবুৱাৰ ৰঙাগড়াত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন

চাবুৱাৰ ৰঙাগড়াত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন

চাবুৱাৰ ৰঙাগড়াত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন

চাবুৱা সমষ্টিৰ অন্তৰ্গত নতুন ৰঙা গড়া আদৰ্শ অংগনবাদী কেন্দ্ৰৰ উদ্বোধন । সোমবাৰে চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ আৰু মিত্ৰজোঁট দলৰ বিধায়ক পুনাকণ বৰুৱাই মাঙ্গলিক কাৰ্যৰে শুভ উদ্বোধন কৰে আদৰ্শ অংগনবাদী কেন্দ্ৰটো । বিধায়ক পুণাকণ বৰুৱাই নতুন ৰঙা গড়া অংগনবাদী কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে চাবুৱা সমষ্টিৰ আৰু আন তিনিটা অংগনবাদী কেন্দ্ৰ মুকলি কৰে। নতুন ৰঙাগড়াৰ আদৰ্শ অংগনবাদী উদ্বোধনী স্থলীত স্থানীয় ৰাইজৰ উপস্থিতিত এখনি সভা ও অনুষ্ঠিত হয়।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

 

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments