চাউথ পইন্ট স্কুলৰ NCC গোটৰ Summer Camp

18

চাউথ পইন্ট স্কুলৰ NCC গোটৰ Summer Camp

মহানগৰীৰ চাউথ পইন্ট স্কুলৰ NCC গোটে ১৯ জুলাইৰ পৰা ২২ জুলাইলৈ আয়োজন কৰিছে Summer Camp . এই Summer campত ১০০ ৰোধিক বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰে । ছাত্ৰ ছাত্ৰী সকলক শিলাৰোহণৰ পৰা আৰম্ভ কৰি শাৰীৰিক ব্যায়ামলৈ , পেৰেডৰ পৰা বন্দুক চালনালৈ সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে ।
ছাত্ৰ-ছাত্ৰী সকলে ৰচি টনা খেল , কাবাডী খেল আদিতো অংশগ্ৰহণ কৰে।

News Bureau reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here