চন্দ্ৰত পানীৰ সন্ধান লাভ কৰিছে নাছাই

0
136

চন্দ্ৰত পানীৰ সন্ধান লাভ কৰিছে নাছাই

চন্দ্ৰত পানীৰ সন্ধান লাভ কৰিছে বুলি দাবী কৰিছে নাছাৰ বিজ্ঞানীসকলে। চন্দ্ৰপৃষ্ঠৰ যিটো অংশত সূৰ্যৰ পোহৰৰ দ্বাৰা আলোকিত হয়, তাতেই পানী থকাৰ কথাটো নিশ্চিত কৰা হৈছে।
নাছাৰ ষ্ট্ৰেট’ছফেৰিক অৱজাৰভেটৰি ফৰ আনফ্ৰাৰেড এষ্ট্ৰ’নমি (ছোফিয়া)য়ে চন্দ্ৰৰ বুকুত পানী থকাৰ কথাটো নিশ্চিত কৰিছে।

 এই সম্পৰ্কত বহুখিনি তথ্যও দাঙি ধৰিছে নাছাই।চন্দ্ৰৰ ক্লেভিয়াছ ক্লেটাৰত পানীৰ অনু (H2O) পোৱা বুলি নাছাই জানিবলৈ দিছে। পূৰ্বতে চন্দ্ৰত হাইড্ৰ’জেনৰ উপস্থিতিৰ কথা প্ৰকাশ পাইছিল যদিও পানীৰ সন্ধান লাভ কৰিব পৰা হোৱা নাছিল।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here