Saturday, March 18, 2023
HomeAssameseঘৰুৱা কন্দলৰ পৰিণতিত মহিলাৰ আত্মহত্যা

ঘৰুৱা কন্দলৰ পৰিণতিত মহিলাৰ আত্মহত্যা

ঘৰুৱা কন্দলৰ পৰিণতিত মহিলাৰ আত্মহত্যা

সৰ্থেবাৰীৰ সমীপৰ কাৱৈমাৰী গাৱৰ ৭ নং ব্লকত অঘটন ৷ এগৰাকী মহিলাৰ নিজ গৃহত চীপ লৈ আত্মহত্যা ৷ মৃত মহিলা গৰাকীৰ নাম কবিতা মণ্ডল ৷ প্ৰেম কুমাৰ মণ্ডলৰ পত্নী আছিল মৃত কবিতা মণ্ডল ৷ পাৰিবাৰিক কন্দলৰ বাবেই মহিলাগৰাৰীয়ে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷  স্বামী প্ৰেম কুমাৰ মণ্ডলে সুৰাপান কৰি প্ৰায়েই পত্নীৰ ওপৰত অত্যাচাৰ চলাই অহাৰো অভিযোগ গাওবাসীৰ ৷ এই ঘটনাক লৈ অঞ্চলটোত প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷

 স্বৰ্ণদ্বীপ ডেকা, সৰ্থেবাৰী, Ne India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments