ঘৰত শাক-পাচলিৰ খেতি কৰক মূল্যবৃদ্ধি অনুভৱ নহ’ব : জুবিন গাৰ্গ

43

অত্যাধিক হাৰত হোৱা মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত। মূল্যবৃদ্ধিক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুতো দল-সংগঠনে ৰাজপথত নামি পৰিছে প্ৰতিবাদ কৰিবলৈ। এই বৰ্ধিত মূল্যবৃদ্ধিক লৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কয় যে, প্ৰত্যেকে নিজৰ মাটিত শাক-পাচলি, আলু খেতি কৰক, পুখুৰীত মাছ পোহা আৰম্ভ কৰক মূল্যবৃদ্ধি অনুভৱে নহ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here