ঘোষণা হল ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কাৰ্যসূচী

0
134

ঘোষণা হল ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কাৰ্যসূচী

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগীয়া ভাৰতীয় ক্ৰিকেট দলৰ সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ পাই। ভাৰতে ভ্ৰমণৰ আৰম্ভণি ২৭ নৱেম্বৰত এদিনীয়া শৃংখলাৰ মেচেৰে কৰিব।

কাৰ্যসূচীত প্ৰকাশ পোৱা অনুসৰি এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ ২৭ নৱেম্বৰ, দ্বিতীয়খন ২৯ নৱেম্বৰ আৰু তৃতীয়খন এদিনীয়া ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

তাৰ পাছতে আৰম্ভ হব টি-২০ মেচৰ একোটাকৈ শৃংখলা
প্ৰখম খন টি-২০ মেচ ৪ ডিচেম্বৰ দ্বিতীয় আৰু তৃতীয় মেচ কেইখন হ’ব ক্ৰমে ৬ আৰু ৮ ডিচেম্বৰত।

টি-২০ মেচৰ শৃংখলাৰ পাছতে আৰম্ভ হব চাৰিখনীয়া টেষ্ট শৃংখলা
টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ১৭-২১ (দিবা নৈশ) ডিচেম্বৰত এডিলেডত অনুষ্ঠিত হ’ব।এডিলেড টেষ্ট মেচখন দিবা-নৈশ মেচ হব
দ্বিতীয় খন ২৬-৩০ ডিচেম্বৰত মেলবণত হব

তৃতীয় খন ৭-১১ ডিচেম্বৰ ছিডনীত হব

চতুথ খন ১৫-১৯ ডিচেম্বৰ ব্ৰিছবেনত হব
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here