গ্ৰেপ্তাৰ হল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙ

0
115

গ্ৰেপ্তাৰ হল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙ

কমেডিয়ান ভাৰতী সিঙক গ্ৰেপ্তাৰ কৰিছে NCB য়ে (নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰো-এ) ।প্ৰায় ১৮ ঘণ্টা জেৰাৰ অন্তত
কমেডিয়ান ভাৰতী সিঙ আৰু স্বামী হৰ্ষক গ্ৰেপ্তাৰ কৰে ।
ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষক ড্ৰাগছ সেৱন আৰু ড্ৰাগছ চক্ৰৰে সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।আজি আদালতত হাজিৰ কৰোৱা হব দুয়োকে ।জেৰাৰ অন্তত দুয়োৱে ড্ৰাগছ লোৱাৰ কথা স্বীকাৰ কৰে ।উল্লেখ যে শনিবাৰে কমেডিয়ান ভাৰতী সিঙৰ বাসগৃহত NCB য়ে তালাচী চলাইছিলে আৰু তালাচীৰ সময়তে গাঞ্জা উদ্ধাৰ হৈছিল ।
ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষক ড্ৰাগছ সেৱন আৰু ড্ৰাগছ চক্ৰৰে সম্পৰ্কৰ অভিযোগত এনচিবিৰ মুম্বাইৰ কাৰ্যালয়ত জেৰা চলোৱাৰ পাছত দুয়োকে গ্ৰেপ্তাৰ কৰে এনচিবিএ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here