Sunday, May 28, 2023
HomeAssameseগ্ৰীনছ বিজ্ঞানউদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

গ্ৰীনছ বিজ্ঞানউদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গ্ৰীনছ বিজ্ঞানউদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ সৈতে এখন বৈঠকত ‌মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা । ৰাজ্যৰ পশু চিকিৎসা খণ্ডৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ উপৰি ক্ৰমবৰ্ধিত বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ পৰা জীৱকুলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰটোৰ সৈতে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব অসম চৰকাৰে।বানৰ সময়ছোৱাত জীৱ-জন্তুৰ সুৰক্ষাৰ্থে ট্ৰেনজিট কেম্প আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ লগতে কেন্দ্ৰটোত উপলব্ধ সুবিধাসমূহৰ বুজ ল’ব। অসমতো তেনে সুবিধাসমূহ বিকাশ কৰাৰ বাবে গুজৰাটৰ জামনগৰলৈ ৰাজ্য চৰকাৰৰ ৩গৰাকী বিষয়াক ক্ষেত্ৰ অধ্যয়নৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে।
News Desk report , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments