গোৱালৈ ৰাওনা মহাৰাষ্ট্ৰৰ বিধায়কৰ দল

11

গোৱালৈ ৰাওনা মহাৰাষ্ট্ৰৰ বিধায়কৰ দল

গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত বিগত প্ৰায় ৯ দিন ধৰি বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলে হোটেলৰ পৰা ৰাওনা হৈছে বিমানবন্দৰলৈ । তিনিখন বাছেৰে বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা বিধায়কৰ দলটো । বিমানবন্দৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে গোৱালৈ উৰা মাৰিব দলটো । গোৱাৰ পৰা বৃহস্পতিবাৰে মুম্বাইত উপস্থিত হৈ ফ্লোৰ টেষ্ট ভাগ লব দলটোৱে ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here