Thursday, May 25, 2023
HomeAssameseগোপনে অসমৰ ভূমিত নাগাৰ আগ্ৰাসন , শান্তি চুক্তি ভংগ কৰি অসমৰ ভূমিত...

গোপনে অসমৰ ভূমিত নাগাৰ আগ্ৰাসন , শান্তি চুক্তি ভংগ কৰি অসমৰ ভূমিত অৱস্থান নাগাৰ।

মৰিয়নীত নাগাই শান্তি চুক্তি উলংঘ কৰিছে । অসমৰ দিচৈ ভেলীত পুনৰ নাগাৰ আগ্ৰাসন,অসমৰ সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে নাগাই। তাৰপাছতে মৰিয়নী আৰক্ষী-বনবিভাগ উপস্থিত দিচৈ ভেলীত ।জব্দ কৰিছে নাগাই নিৰ্মাণ কৰিবলৈ অনা সা- সামগ্ৰী ।দিচৈ ভেলীত নাগাক উচ্ছেদ কৰি শিবিৰ স্থাপন কৰে আৰক্ষীয়ে ।অসম -নাগালেণ্ডৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱা পাছত স্থানান্তৰ কৰে অসম‌ আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments