গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত খণ্ডলৈ

0
227

গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত খণ্ডলৈ

দেশৰ ৬ টা বিমানবন্দৰ ব্যক্তিগত খণ্ডক অৰ্পণৰ সিদ্ধান্ত বুধবাৰে কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষাত অনুষ্ঠিত হৈছিল এই বৈঠক ।
নিবিধাত উচ্চ হাৰ দিয়া পক্ষক অৰ্পণ কৰা হব গুৱাহাটী , জয়পুৰ আৰু তিৰুৱন্টপুৰম বিমানবন্দৰ চৰকাৰে ১ হাজাৰ ৭০ কোটিৰ আৱন্টন দিব এয়াৰপোৰ্ট অথৰিটিক ।
এই আৱন্টিত ধন সৰু চহৰৰ বিমানবন্দৰৰ উন্নয়ণত ব্যৱহৃত হব ।
৫০ বছৰৰ বাবে অৰ্পণ কৰা হব ব্যক্তিগত খণ্ডক ।
৫০ বছৰ পিচত ব্যক্তিগত খণ্ডই বিমানবন্দৰ ওভতাই দিব এয়াৰপোৰ্ট অথৰিটিক ।
সংবাদমেলত এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰৰ ।
News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here