গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচনী অনুস্থান

0
174

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচনী অনুস্থান

অহা ০৮ নভেম্বৰ ৰৱিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গ্ৰন্হ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানত জ্যোতিমালাৰ ” আবেলিৰ গোন্ধ ” আৰু ৰঞ্জিত কুমাৰ শৰ্মাৰ ” শীতৰ বেলি ” আৰু ” উপলা নদীৰ ঘাট ” নামৰ তিনিখন কবিতা পুথি উন্মোচন কৰা হ’ব । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক কৌস্ত্তভ মনি শইকীয়া , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দিলীপ বৰা আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ প্ৰাক্তন অধ্যাপক ডঃ অৰুপ কুমাৰ শৰ্মা । লগতে জেষ্ঠ সাংবাদিক ছায়ামনি ভুঞাই অংশ লব । অনুষ্ঠানত সমূহ শুভকাংশীৰ উপস্থিতি আৰু সহযোগিতা ” বান্ধৱ প্ৰকাশনে ” আন্তৰিকতাৰে কামনা কৰিছে।

হাফলং,ইন্দ্রনীল দত্ত ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here