Home Assamese গুৱাহাটী-উত্তৰ গুৱাহাটী ROPEWAY ফেৰীযাত্রীৰ বাবে সুখবৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী ROPEWAY ফেৰীযাত্রীৰ বাবে সুখবৰ

84

গুৱাহাটী-উত্তৰ গুৱাহাটী ROPEWAY ফেৰীযাত্রীৰ বাবে সুখবৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী যাত্রীসকলৰ বাবে ভাল খবৰ ।শিক্ষাৰ্থী আৰু নিয়মীয়া যাত্ৰী সকলৰ বাবে বিশেষ ৰেহাই দিয়া হব ROPEWAY সেৱাত । ৰাতিপুৱাৰ ভাগত ৮.৩০ বজাৰ পৰা ১০.৩০বজালৈ আৰু আবেলি ৪.৩০ বজাৰ পৰা ৬.৩০বজালৈ প্ৰদান কৰা হব এই বিশেষ সুবিধা। এবাৰত ২৫ টকা, অহা-যোৱাত ৫০ টকা আদায় দিব লাগিব নিয়মীয়া যাত্ৰী আৰু শিক্ষাৰ্থী সকলে।

পৰ্যটকৰ বাবে আৰু আন সময়ত পূৰ্বৰ ভাড়াই বাহাল থাকিব। এই সুবিধা লাভ কৰিবলৈ যাত্ৰী সকলে নিজৰ পৰিচয় পত্রসমূহ দেখুৱাব লাগিব।

News desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here