গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি
NEWS DESK: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায় ন্যায়াধীশ অজয় লাম্বাই।
গুৰুত্বপূৰ্ণ যে অহা ৭ অক্টোবৰত ন্যায়াধীশ অজয় লাম্বাই শপত গ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বেই ন্যায়াধীশ অজয় লাম্বাই পাঞ্জাৱ আৰু হাৰিয়ানাত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিছুবছৰ এলাহাবাদ উচ্চ ন্যায়ালয়তো কাৰ্যনিৰ্বাহ কৰিছিল।
ন্যায়াধীশ অজয় লাম্বাই পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ বিষয়ক শিক্ষাগ্ৰহণ কৰিছিল।
ReplyForward
|