গুৱাহাটীত চলিছে গুৱাহাটী পৌৰ নিগমৰ ছুপাৰ ছাকাৰ
আজিৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত পুনৰ চলিছে গুৱাহাটী
পৌৰ নিগমৰ ছুপাৰ ছাকাৰ। বিগত কেইবাদিনো ধৰি গুৱাহাটী মহানগৰীত অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত বহুতো অঞ্চল বানৰ কৱলত পৰিছে । আজি বৰষুণ কমাৰ লগে লগে পুনৰ গুৱাহাটীৰ নলা নৰ্দমাৰ যাবৰ জোথৰ , প্লাষ্টিক নিষ্কাষনৰ বাবে গুৱাহাটী পৌৰ নিগমে পুনৰ চলাইছে ছুপাৰ ছাকাৰৰ কাম।
News Desk, Ne India News