গুৱাহাটীত অসম গণ পৰিষদৰ কৰ্মী সভা

0
1053

আজি অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টি সমিতিৰ এখন বৃহৎ কৰ্মী সভা মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় ৷ উক্ত সভাত পঞ্চায়ত আৰু গুৱাহাটী পৌৰনিগম নিৰ্বাচন সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। সভাত অগপৰ নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দলৰ সভাপতি ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে কেইবাজনো জেষ্ঠ নেতা উপস্থিত থাকি ৰাইজৰ আশীষ শিৰত তুলি লৈ দলতোক ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হব বুলি মত পোষন কৰে।
মন্টু ডেকা , বৰাগাওঁ‌ Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here