Thursday, March 30, 2023
HomeAssameseগুণত অসম ওৰফে জীৱন মৰাণৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ গুণমুগ্ধৰ

গুণত অসম ওৰফে জীৱন মৰাণৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ গুণমুগ্ধৰ

গুণত অসম ওৰফে জীৱন মৰাণৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ গুণমুগ্ধৰ

তিনিচুকীয়াৰ মাকুমত আলফা স্বাধীনৰ অন্যতম শীৰ্ষ নেতা তথা বিত্ত সম্পাদক গুণত অসম ওৰফে জীৱন মৰাণৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ গুণমুগ্ধৰ ।

তিনিচুকীয়া জিলাৰ মাকুম বাই পাছত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অলেখ গুণমুগ্ধই ,মাকুম বাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলে।

ডিব্ৰুগড় জেৰাই গাওঁত আলফা নেতাৰ সতীৰ্থক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু গুণমুগ্ধ সকলে ।

read more-আলফা নেতা জীৱন মৰাণৰ মৃত্যু

তাৰ পাছতে তিনিচুকীয়া বাই পাচত বীৰ ৰাঘৱ মৰাণৰ প্ৰতিমূৰ্তিৰ সমীপত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তিনিচুকীয়াৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে ।

গুণত অসম ওৰফে জীৱন মৰাণৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ গুণমুগ্ধৰ

নিশা ১০ৰ পৰা ১১ বজাত ৰূপাই তপোবনৰ নিজা ঘৰতে থকাৰ পাছত,সোমবাৰে পুৱা ভাগত ৰূপাইৰ পৰা কাকপথাৰলৈ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে শোভাযাত্ৰা উলিওৱাই কাকপথাৰ কেম্পত আলফাৰ সদস্য সকলৰ সৈতে কাকপথাৰ বিভিন্ন দল সংগঠন সমূহে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।।
আৰু পৰবৰ্তী পৰ্যায়ত নশ্বৰ দেহ লৈ যোৱা হব নিজ জন্ম ভূমি কাকপথাৰ উবণ গাঁও লৈ ।।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments