Wednesday, March 22, 2023
HomeAssameseগুইজানৰ বিখ্যাত ঔঁম বুট হাউচ ধ্বংসৰ দিশত

গুইজানৰ বিখ্যাত ঔঁম বুট হাউচ ধ্বংসৰ দিশত

দেওবাৰে মাজনিশা বিশাল নাওখনত তলৰ পৰা পানী সোমোৱাৰ ফলতে ক্ৰমাৎ বুৰ যায় নাওখন ৷

নিশা নাওখনত পানী সোমাই যদিও নাওখনত থকা যাত্ৰী অথবা কৰ্মচাৰী আঘাতপ্ৰাপ্ত নহয় ৷

পৰৱৰ্তী সময়ত নাওখন ডুবিবলৈ আৰম্ভ কৰে যদিও গৰাকীয়ে কেইবাখনো ক্ৰেন লগাই নাওখন সম্পূৰ্ণ ডুবাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে যদিও নাওখন অধিকাংশ নষ্ট হয় ৷

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments