Wednesday, March 22, 2023
HomeAssameseগুইজানৰ অগ্নিকাণ্ডস্থলীৰ ক্ষয়ক্ষতিৰ বুজ ললে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই

গুইজানৰ অগ্নিকাণ্ডস্থলীৰ ক্ষয়ক্ষতিৰ বুজ ললে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই

দেওবাৰে পুৱাৰভাগত গুইজানৰ L G পথৰ লডু সিং নামৰ এজন পেণ্ডেল ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছিল অগ্নিকাণ্ডটো ৷

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত ততাতৈয়াকৈ গুইজান আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ স্থানীয় লোকৰ তৎপৰতাত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

অগ্নিকাণ্ডটোৰ ফলত আঘাতপ্ৰাপ্ত হোৱা এটি সাত বছৰীয়া কিশোৰক চিকিৎসাৰ কাৰণে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

অগ্নিকাণ্ডটোত ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে পৰিয়ালবৰ্গৰ মনৰ ভাৱ বুজ লৈ অতি সোনকালে চৰকাৰী কৰণীয়খিনি কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা অৱগত কৰে বিধায়ক পুনাকণ বৰুৱাই ৷

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments