গাঞ্জা সহ গ্ৰেপ্তাৰ টিভি চিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী

0
126

গাঞ্জা সহ গ্ৰেপ্তাৰ টিভি চিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী

এন চি বিয়ে ড্ৰাগছ চক্ৰৰ ৰহস্য ফাদিল কৰি থকা সময়তে এইবাৰ গ্ৰেপ্তাৰ হৈছে জনপ্ৰিয় টিভি অভিনেত্ৰী প্ৰীতিকা চৌহান।
অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ ভাৰছোভাৰ পৰা এজন লোকৰ পৰা মাৰিজুৱানা সংগ্ৰহ কৰাৰ অভিযোগ আছে। তদুপৰি, তেওঁৰ পৰা ১০০ গ্ৰাম গাঞ্জাও উদ্ধাৰ কৰা হৈছে। এই সংক্ৰান্তত ফইজল নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ কৰাৰ পাছত অভিনেত্ৰীগৰাকীক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।প্ৰীতিকাই ৮ নৱেম্বৰলৈ থাকিব লাগিব জে’লত ।

প্ৰীতিকা চৌহানে ‘মা বৈষ্ণোদেৱী’ ‘চি আই ডি’, ‘সাৱধান ইণ্ডিয়া’, ‘সংকটমোচক মহাবলী হনুমান’ আদি চিৰিয়েলত অভিনয় কৰিছে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here