গাজা উ দ্বাৰ পানিছাগ ৰ ত। ত্ৰিপুৰা

0
247

গাজা উ দ্বাৰ পানিছাগ ৰ ত। ত্ৰিপুৰা

অসমত প্ৰবেশৰ পূৰ্বেই ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে 27 লাখ টকাf মুল্যৰ গাঞ্জা ।

গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীৰ দলে অসম ত্ৰিপুৰা সংযোগী আট নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানিসাগৰ এলেকাৰ পৰা জম্মূ কাশ্মীৰৰ পঞ্জীয়নকৃত JK 02 AR 5211 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই 27 পেকেট গাঞ্জা উদ্ধাৰ কৰে । জব্দ কৰা  270 কিলোগ্ৰাম গাঞ্জাৰ বজাৰ মুল্য হব প্ৰায় 27 লাখ টকা ।

লগত আটক হৈছে গাড়ীৰ চালক কিষান লাল । আৰক্ষীৰ সোধা পোছাৰ অন্তত চালক কিষান লালে স্বীকাৰ কৰিছে যে, গাঞ্জাখিনি আগৰতলা বাইপাছৰ পৰা ট্ৰাকত তুলি হৈছিল । আৰু গন্তব্য আছিল উত্তৰ প্ৰদেশ । অবশ্যে গাঞ্জা সৰবৰাহ কাৰীৰ সেই উদ্দেশ্য সফল হবলৈ নিদিলে ত্ৰিপুৰা আৰক্ষীয়ে । আচলতে কোনো এই গাঞ্জা ট্ৰাক ড্ৰাইভাৰ কিষান লাল’ক চমজাই দিছিল সেই তদন্ত ত্ৰিপুৰা আৰক্ষীৰ দলে অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Tapan Kumar Roy, Patherkandi, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here