Wednesday, March 29, 2023
HomeAssameseগণেশ চতুৰ্থী উপলক্ষ্যে সৰ্থেবাৰীত উপস্থিত হল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আৰু...

গণেশ চতুৰ্থী উপলক্ষ্যে সৰ্থেবাৰীত উপস্থিত হল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আৰু সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ

গণেশ চতুৰ্থী উপলক্ষ্যে সৰ্থেবাৰীত উপস্থিত হল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আৰু সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ

সৰ্থেবাৰীৰ প্ৰশান্তি লজত অনুস্থিত গণেশ পূজাত সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াচ কুজুৰ আৰু সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীক ৰাজহুৱা ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে গণেশ চতুৰ্থী উপলক্ষ্যে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

ৰাজ্যিক প্ৰভাৰী খাইৰুল আহমেদ বজালি জিলাৰ সংখ্যা লঘু যুৱ মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ ব্যৱস্থাপনাত আৰু সৰ্থেবাৰী পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি বিজয় ভূঞাৰ নেতৃত্বত আয়োজিত এই গণেশ পূজাত শতাধিক লোকে অংশ গ্ৰহণ কৰে।সন্ধিয়াৰ ভাগতে নাগৰা নামৰে এই গনেশ পুজা সামৰণি পৰে৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments