যোৱা ৩০ এপ্ৰিলত দিল্লীত অনুষ্ঠিত হোৱা খেল ইণ্ডিয়া মাষ্টাৰ্ছ গেম ২০২২ ত তিনিচুকীয়া জিলাৰ উডীয়মান যুৱক মানচিদ উৰিয়াই তিনিচুকীয়া জিলাৰ হৈ অসমক প্ৰতিনিধিত্ব কৰি মাষ্টাৰ্ছ গেম ত তিনিটা শাখা ক্ৰমে ১৫০০ মিটাৰ ,৪ হাজাৰ মিটাৰ ,৫ হাজাৰ মিটাৰৰ তিনিটা বিভাগত সোণৰ পদক বুটলিবলৈ সক্ষম হোৱা মানছিদ উৰিয়া ক আজি শ্ৰম মন্ত্ৰী মাননীয় সঞ্জয় কিষাণ মহোদয়ে নিজা বাসগৃহ ত খেলুৱৈ গৰাকীক সম্বৰ্ধনা জ্ঞাপন আৰু আৰ্থিক অনুদান প্ৰদান কৰে ,আগন্তুক দিনত যাতে খেলুবৈ গৰাকীয়ে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ নাম উজ্জ্বলাব পাৰে তাৰ বাবে শুভেচ্ছা জনাই।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News