ক’ৰুণাত আক্ৰান্ত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু
ক’ৰুণাত আক্ৰান্ত হৈছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু। ক’ৰুণা টেষ্টৰ ফলাফলৰ পিছতে টুইট যোগে জনাই এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে।নিজকে সুস্থ বুলি বুলি কোৱা লগতে তেওঁ দেহত কোনোধৰণৰ ক’ৰুণা ভাইৰাছৰ লক্ষণ নাই বুলি কয়। তেওঁ সংস্পৰ্শলৈ অহা সকলোকে ক’ৰুণা টেষ্ট কৰাবলৈ আহৱান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
News Desk,Ne India