Saturday, March 25, 2023
HomeAssameseকৰিমগঞ্জ জিলাৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ ললে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই

কৰিমগঞ্জ জিলাৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ ললে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই

কৰিমগঞ্জ জিলাৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ ললে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই

কৰিমগঞ্জ জিলাৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ লোৱাৰ লগতে বানবিধ্বস্ত অঞ্চল পৰিদর্শন ৰাজ্যৰ পর্যটন তথা কাৰিকৰি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ।‌‌ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ সৈতে উপস্থিত আছিল শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়, ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক চিদ্দিক আহমেদ, কৰিমগঞ্জ জিলা আৰক্ষী অধিক্ষক পদ্মনাভ বৰুৱা । কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ এচিয়াৰ দ্বিতীয় বৃহত্তম বিল, শনবিলক চৰকাৰে পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ৰাতাবাৰী অঞ্চলৰ জনতাই বহুবাৰ আবেদন নিবেদন জনাইছিল ।
আনহাতে এইবাৰ এই অঞ্চলৰ লোকসকলৰ ঘৰবাৰী বানৰ কৱলত পৰি ধ্বংস হোৱাত শনবিল শিবিৰত আশ্রয় লৈ আছে বন্যাৰ্তই ।
শনবিল অঞ্চলৰ বানপীড়িতৰ খবৰ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যৰ পর্যটন তথা জনস্বাস্থ্য কাৰিকৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী গৰাকীয়ে কয়, এই অঞ্চলৰ দুৰ্দশাৰ কথা মুখ্যমন্ত্রীক অৱগত কৰিব

 হীৰক বণিক ,ৰামকৃষ্ণনগৰ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments