ক’ৰনাত আক্ৰান্ত হৈছে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং

0
125

ক’ৰনাত আক্ৰান্ত হৈছে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং

দেওবাৰে ক’ৰনাত আক্ৰান্ত হৈছে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং। তেও নিজে টুইটযোগে জনাই,তেও টুইটযোগে কয় যে, “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ আহিছে। যিসকল লোকে যোৱা কিছুদিন ধৰি মোৰ সংস্পর্শলৈ আহিছিল সকলোকে অনুৰোধ, নিজকে আইছ’লেট কৰি ক’ভিড পৰীক্ষা কৰাওক। ”

মণিপুৰত বিগত ২৪ ঘণ্টাত ৫ জন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ পাছতে মুঠ মৃত্যুৰ সংখ্যা ২১৮ জনলৈ বৃদ্ধি পায়। এই পর্যন্ত ৰাজ্যখনত মুঠ ক’ভিড-১৯ ত ২১,৬৩৬ জনলৈ বৃদ্ধি পাইছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here