ক’ৰনাত আক্ৰান্ত হৈছে ব্ৰাজিলৰ ফুটবল তাৰকা ৰোণাল্ডিনহো

0
116

ক’ৰনাত আক্ৰান্ত হৈছে ব্ৰাজিলৰ ফুটবল তাৰকা ৰোণাল্ডিনহো

ক’ৰনাত আক্ৰান্ত হৈছে ব্ৰাজিলৰ ফুটবল তাৰকা ৰোণাল্ডিনহো।তেওঁ নিজেই তেওঁ কোভিড প’জিটিভ হোৱা বুলি উল্লেখ কৰে।তেও ক’ৰনাত আক্ৰান্ত হলেও খেলুৱৈ গৰাকীৰ শৰীৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ দেখা দিয়া নাই।
ৰোণাল্ডিনহোৱে ইষ্টাগ্ৰামত পষ্ট কৰি কয়,‘‘মই কোভিড পৰীক্ষা কৰাওঁ আৰু পৰীক্ষাত মোৰ ফলাফল প’জিটিভ আহে। মই ভালে আছো আৰু বৰ্তমানলৈ মোৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাই,’’।২০২০ বৰ্ষৰ প্ৰথমভাগত পাঁচ মাহতকৈয়ো অধিক সময় ৰোণাল্ডিনহোৱে জেলত থাকিবলগীয়া হৈছিল।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here