ক’ৰনাত আক্ৰান্ত হৈছে বলীউড সংগীত শিল্পী কুমাৰ চানু

0
88

ক’ৰনাত আক্ৰান্ত হৈছে বলীউড সংগীত শিল্পী কুমাৰ চানু

ক’ৰনাত আক্ৰান্ত হৈছে বলীউড সংগীত শিল্পী কুমাৰ চানু বৃহস্পতিবাৰে তেওৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে
সংগীত শিল্পী কুমাৰ চানুৰ মেনেজাৰে জানিব দিয়া মতে,তেওৰ পত্নী আৰু জীয়েকক লগ ধৰা উদ্দেশ্য তেও উৰাজাহাজৰে আমেৰিকালৈ যাত্ৰাৰ পূবে উলাইছিল কিন্তু যাত্ৰা পূবে কৰা ক’ৰনা পৰীক্ষাত তেওৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে,
তেও লগতে জানিব দিয়ে যে কুমাৰ চানুৰ দেহত কোনো ধৰণৰ লক্ষণ দেখা দিয়া নাছিল যদিও তেও বিগত কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল তেও বর্তমান নিজা বাসগৃহত হোম কোৱাৰেণ্টাইনত আছে
উল্লেখ যে কালাৰচ টেলিভিশ্চন চেনেলত আৰম্ভ হোৱা বিগ বছ ত এক প্ৰতিযোগী হিচাপে অংশ গ্ৰহণ কৰিছে কুমাৰ চানুৰ পুত্ৰ জান কুমাৰ চানুয়ে
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here