ক’ৰনাত আক্ৰান্ত হৈছে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডো

0
105
Ronaldo

ক’ৰনাত আক্ৰান্ত হৈছে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডো

বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ তালিকাৰ অন্যতম পৰ্টুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।পৰ্টুগীজ ফুটবল ফেডাৰেশ্যনে প্ৰকাশ কৰা মতে, পৰ্টুগীজ দলৰ সকলো খেলুৱৈকে কভিড টেষ্ট কৰোৱা হৈছিল আৰু এই টেষ্টতে তেওক ক’ৰনা পজিটিভ পোৱা যায়

ৰোণাল্ডোৰ শৰীৰত কোনোধৰণৰ ক’ৰনাৰ লক্ষণে দেখা দিয়া নাই আৰু তেওঁক আইছ’লেশ্যনত ৰখা হৈছে।

য়ু ই এফ এ নেশ্যন লীগত ৰোণাল্ডোৱে পৰ্টুগালৰ হৈ চুইডেনৰ বিপক্ষে খেলপথাৰত নমাৰ কথা আছিল যদিও কোভিড প’জিটিভ হোৱাৰ পাছতে তাৰকা ফুটবলাৰ গৰাকীক জাতীয় দলৰ কেম্পৰ পৰা অব্যাহতি দিয়া হয়।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here