ক’ৰনাত আক্ৰান্ত হৈছে দক্ষিণ আফ্রিকাৰ ২ ক্রিকেটাৰ

0
86

ক’ৰনাত আক্ৰান্ত হৈছে দক্ষিণ আফ্রিকাৰ ২ ক্রিকেটাৰ

ক’ৰনাত আক্ৰান্ত হৈছে দক্ষিণ আফ্রিকাৰ ২ ক্রিকেটাৰ৷ ২৭ নৱেম্বৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন টি–২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলাৰ পূর্বে দলটোৰ দুজন খেলুৱৈৰ শৰীৰত ক’ৰনা ভাইৰাছৰউপস্থিতি ধৰা পৰিছে৷ দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে খেলুৱৈ দুগৰাকীৰ নাম প্রকাশৰ পৰা বিৰত আছে৷ ক’ভিডৰ আতংকৰ বাবে দক্ষিণ আফ্রিকা দলটোৱে শনিবাৰে খেলিবলগীয়া প্রস্তুতি মেচখন বাতিল কৰা হৈছে৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here