ক’ৰনাত আক্ৰান্ত হৈছে গোৱাৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্ত

0
336

ক’ৰনাত আক্ৰান্ত হৈছে গোৱাৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্ত

ক’ৰনাত আক্ৰান্ত হৈছে গোৱাৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্ত তেও টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।
তেও টুইটযোগে কয়, ‍ মোৰ শৰীৰত ক’ৰ’না পজিটিভ পোৱা গৈছে। অৱশ্যে ক’ৰনাৰ কোনো লক্ষণ নাই সেয়ে মই হোম আইছ’লেশ্যনত থাকিম’। ‍‘মই ঘৰৰ পৰাই নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰি থাকিম। মোৰ সংস্পৰ্শলৈ অহা সকলোকে সাৱধানতা অৱলম্বনৰ পৰামৰ্শ আগবঢ়ালো’।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here