ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

0
132

ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । তেও টুইটাৰত যোগে এই কথা ৰাজহুৱা কৰে।তেও টুইটাৰত কয় যে তেওঁ কোভিড পজিটিভ হৈছে আৰু বিগত কিছুদিনত যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকেও যাতে কোভিডৰ পৰীক্ষা কৰোৱায়।

বিহাৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা স্মৃতি ইৰাণীৰ সংস্পৰ্শলৈ যোৱা কিছুদিনত বহু লোক আহিছিল।সেয়ে সংস্পৰ্শলৈ অহা সকলো লোককে তেওঁ কোভিড পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here