ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে

0
123

ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে

ক’ৰনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালে।
ক’ৰনাত আক্ৰান্ত হোৱা ৰামদাস আথাৱালেক দক্ষিণ মুম্বাইৰ বোম্বে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

ক’ৰনাত আক্ৰান্ত হোৱা পূবে তেও আৰ পি আই যোগদানৰ অনুষ্ঠানত উপস্থিত আছিল তাৰ এদিনত পাছতে আথাৱালেৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।যোগদান অনুষ্ঠানত আথাৱেলৰ সৈতে ভালেকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰিছিল
তেওৰ শৰীৰত ক’ৰনাৰ কোনো লক্ষণ দেখুওৱা নাই যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here