ক’ৰনাত আক্ৰান্ত হৈছে‌ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা

0
185

ক’ৰনাত আক্ৰান্ত হৈছে‌ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা

ক’ৰনাত আক্ৰান্ত হৈছে‌ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা। এই কথা টুইটাৰযোগে সদৰি কৰিছে‌ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা । বৰ্তমান হোম আইছ’লেচনত আছে বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

দেহত ক’ৰনাৰ সামান্য লক্ষ্যণহে দেখা দিছে বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে যি সকল লোকে যোৱা ৫ দিনত তেখেতৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক স্বাস্থ্যৰ সজাগ হ’বলৈ আহ্বান জনাই । প্ৰয়োজনোসৰি কভিড পৰীক্ষা কৰাৰ বাবেও তেখেতে পৰামৰ্শ দিছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here