কৰ’নাত আক্ৰান্ত  উত্তৰ-পূবৰ  দ্বিতীয়জন ব্যক্তি

0
494

কৰ’নাত আক্ৰান্ত  উত্তৰ-পূবৰ  দ্বিতীয়জন ব্যক্তি

 

মিজোৰামৰ ৫০বছৰীয়া এজন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।লোকজনৰ দেহত COVID19 পজিটিভ ধৰা পৰিছে।
মিজোৰামত পৰীক্ষাগাৰত পজিটিভ ওলোৱাৰ পাছত নিশা প্ৰায় ১১ বজাত ব্যক্তিগৰাকীৰ নমুনা GMCH লৈ পঠোৱা হৈছিল।দ্বিতীয়বাৰ GMCH ৰ ICMR ত পৰীক্ষা কৰাৰ পাছতো তেওঁৰ পজিটিভ পোৱা বুলি অধীক্ষক তালুকদাৰে কয়।কৰ’নাত আক্ৰান্ত লোকজনে শেহতীয়াভাৱে ভ্ৰমণ কৰিছিল বহুকেইখন দেশত।অলপতে তেওঁ ব্ৰিটেইনৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here