কেৰালাত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা !

0
112

কেৰালাত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা !

পুৱতি নিশা কেৰালাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা।নিশা এখন যাত্ৰীবাহী বাছে গৈ থাকোতে নিজৰ স্থিতি হেৰুৱাই
পথৰ কাষতে থকা গছ এজোপাত খুন্দা মাৰে।এই দুৰ্ঘটনা সংঘটিত হৈছে কোছিত ।এই দুৰ্ঘটনাত এগৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ২৫গৰাকী যাত্ৰী গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হয় ,আঘাত প্ৰাপ্ত সকলোকে ওচৰৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here