Monday, November 28, 2022
HomeAssameseকেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনা । নিহত ৭

কেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনা । নিহত ৭

কেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনা । নিহত ৭

মঙলবাৰে কেদাৰনাথত সংঘটিত হৈছে ভয়াবহ হেলিকপ্তাৰ দুৰ্ঘটনা ।

কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হয় গৰুড়চট্টীত ।

প্ৰতিকুল বতৰ আৰু ঘন কুৱলিৰ বাবে হেলিকপ্তাৰ খন দুৰ্ঘটনাগ্ৰস্থ হৈছে বুলি সন্দেহ কৰা হৈছে ।

কেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনা । নিহত ৭

কেদাৰনাথ ধামৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দুৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনা ।

দুৰ্ঘটনাত পাইলট সহ ৬ গৰাকী , মুঠ ৭ গৰাকী লোকৰ মৃত্যু হৈছে ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments