কৃত্ৰিম বানপানীক লৈ সমস্যা গুইজানবাসী ৰাইজৰ
গুইজান গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডত কৃত্ৰিম বানপানীক লৈ সমস্যা স্থানীয় ৰাইজৰ ৷
গুইজান বাসীৰ অভিযোগ, গুইজান বজাৰৰ লগতে বিভিন্নস্থানত নলাসমূহ বন্ধ হৈ থকাৰ কাৰণে এজাক বৰষুণতে পানীৰে উপচি পৰে সমগ্ৰ অঞ্চল ৷
২নং ৱাৰ্ডত জমা হোৱা পানী উলিয়াই নিবলৈ নলাৰ সু-ব্যৱস্থা কৰি ৰাইজক উদ্ধাৰ কৰিবলৈ গাওঁ পঞ্চায়ত তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান অঞ্চলটোৰ ৰাইজৰ ।
ৰন্টু বৰশইকীয়া, তিনিচুকিয়া, Ne India News