কিবি বাহিনীয়ে দখল কৰে এদিনীয়া চিৰিজ

0
370

কিবি বাহিনীয়ে দখল কৰে এদিনীয়া চিৰিজ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা এদিনীয়া চিৰিজৰ দ্বিতীয় খন খেলত ভাৰত পৰাস্ত হয়২২ৰানত। 
ভাৰতে টৰ্চত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়,  নিউজিলেণ্ডে প্ৰথমে বেটিং কৰিব আহি ৰ’জ টেইলৰৰ ৭৩ ৰাণ, মাৰ্টিগুপ্তিলৰ ৭৯ ৰান আৰু হেনৰি নিকলচৰ ৪১ ৰানৰ সহায়ত ২৭৩ ৰান কৰে। তাৰ বিপৰীতে ভাৰতৰ ৰবীন্দ্ৰ জাদেজাৰ ৫৫ ৰাণ , শ্বেয়স আয়ৰৰ ৫২ ৰানৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২৫১ ৰানহে কৰিবলৈ সক্ষম হয়। 
ইয়াৰ ফলতে ৩খনীয়া মেচৰ শৃংখলা কিবি বাহিনীয়ে 2-0 ৰে শৃংখলা দখল কৰে।
Sports Desk,Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here