কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

0
151

কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

মঙলবাৰে নিশা জম্মু-কাশ্মীৰৰ বুধগামত সেনাৰ গুলিত দুজন সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদী দুটা জইচ-এ-মহম্মদৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।
জম্মু-কাশ্মীৰৰ বুধগামৰ চাদুৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহৰ পতা বুলি সেনা বাহিনীৰ লোকে খবৰ লাভ কৰা পাছতে সেনা বাহিনীয়ে অভিযানত যায় সেনা বাহিনীৰ লোক উপস্থিত হোৱাৰ পাছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে
সেনা বাহিনীৰ ওপৰত গুলিবৰ্ষণ কৰে।এই গুলিবৰ্ষণতে ২ সন্ত্ৰাসবাদী নিহত হয় । এই গুলিচালনাৰ ঘটনাত কোনো সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি সেনাৰ সূত্ৰত প্ৰকাশ পায়।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here