কালাইনত ড্রাগছ সৰবৰাহ কাৰীক আটক

0
774

কালাইনত ড্রাগছ সৰবৰাহ কাৰীক আটক

বৃহত্তৰ কালাইন অঞ্চলত ড্রাগছ সৰবৰাহৰ মূখ্য ঘাটিলৈ পৰিণত হৈ পৰে।  ’কাটিগৰা যুৱ সমাজ একতা মঞ্চ’ আৰু আৰক্ষীৰ যৌথ অভিযানত বিগত এমাহতে ৭ জন ড্রাগস সৰবৰাহ কাৰীক আটক কৰা হয়। শুক্রবাৰে সন্ধিয় কালাইন বাজাৰৰ ওচৰৰ  লক্ষীপুৰ প্রথম খণ্ডত  আটক কৰা হয় নুৰুল হক বৰভূঞা নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক
নুৰুল নামৰ লোকজনৰ পকেটতৰ পৰা উদ্ধাৰ হয় ড্রাগছৰ কেপচুল।জানিবলৈ পৰা মতে বিক্ৰীৰ বাবে আনিছিল সেই কেপচুল। ধৃত নুৰুলৰ সৈতে ১৯ টা নিষিদ্ধ ড্রাগছ কেপচুল পোৱা যায়।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here