কাটিগড়াত মুখ্যমন্ত্ৰী সোণোৱাল

0
754
আৰু মাত্র কিছু সময়ৰ পিচতে অন্ত পৰিব দ্বিতিয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ । ৰাজদীপ ৰায়ৰ প্রচাৰৰ বাবে কাটিগড়াত উপস্থিত  মুখ্যমন্ত্রী
 সর্ব্বানন্দ । কাটিগড়াৰ সিদ্ধেশ্বৰ খেলপথাৰত তৈয়াৰ  কৰা মঞ্চত সমবেত হৈ বিজেপি নেতা  । খোলা আকাশৰ তলত তীব্ৰ ৰদ ৰ মাজত অপেক্ষাৰত  সমর্থক সহ সাধাৰণ জনতা ।
 
চাউথ আসাম ব্যুৰো , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here