কাছাৰত ৰবিবাৰে SLRM ৰ অন্তর্গত চাকৰি প্রার্থীৰ বাচনি শিবিৰ !

0
540

কাছাৰত ৰবিবাৰে SLRM ৰ অন্তর্গত চাকৰি প্রার্থীৰ বাচনি শিবিৰ !

কাছাৰ জিলা কর্মবিনিয়োগ কেন্দ্রৰ পৰা এক বিজ্ঞপ্তিতে জনোৱা হৈছে যে অহা ১৩ অক্টোবৰ, শিলচৰৰ জিলা গ্রন্থাগাৰত SLRM ৰ অন্তর্গত চাকৰি প্রার্থীৰ বাচনি শিবিৰ অনুষ্ঠিত হ’ব। সেইদিনা পুৱা  ৯,৩০ ৰ পৰা ১১,৩০ মিনিট পর্যন্ত সুসংহত আৰু স্থিতিশীল কঠিন ও তৰল বর্জ্য ব্যৱস্থাপনাৰ অন্তর্গত চাকৰি প্রার্থীৰ নিৰ্বাচনী অনুষ্ঠিত হব।
স্বচ্ছ ভাৰত মিশ্বনৰ অধীনত স্বচ্ছ সুন্দৰ শিলচৰ চেনিটেশ্বনৰ কর্মক্ষেত্রত যথেষ্ট কামৰ  সুযোগ আছে। কাছাৰ জিলা প্রশাসনৰ উদ্যোগ আৰু পৰিচালনাত চলিড এণ্ড লিকুইড  মেনেজমেন্টৰ উদ্যোগত এই কর্মক্ষেত্রৰ সৃষ্টি কৰা হৈছে। ইচ্ছুক প্রার্থীক অহা ১৩ অক্টোবৰত নির্ধাৰিত সময়ৰ ভিতৰত  শিলচৰৰ জিলা গ্রন্থাগাৰৰ প্রেক্ষাগৃহত উপস্থিত থাকিবলৈ অনুৰুধ জনোৱা হৈছে।

এছ দাস,দক্ষিণ অসম, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here